Assam Government

অৰ্থনৈতিক

এইবাৰ ONGC বিক্ৰী কৰিব চৰকাৰে!

কাগজ কলৰ পাছত এইবাৰ ONGC বিক্ৰী কৰিব নৰেন্দ্ৰ মোদীয়ে! এই সপ্তাহতে ৩ হাজাৰ কোটি টকাত ONGCৰ ১.৫ শতাংশ অংশীদাৰিত্ব বেচাৰ…

Read More »
অসম

ইউক্ৰেইনত আৱদ্ধ অসমৰ শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে প্ৰতিজ্ঞাবদ্ধ অসম চৰকাৰ…

ইউক্ৰেইনত আৱদ্ধ যুৱক-যুৱতীক তদাৰক ৰাজ্য চৰকাৰৰ। বিতংভাৱে জনালে গৃহবিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই। শিক্ষাৰ্থীসকলক অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা…

Read More »
অসম

থলুৱা কৃষকৰ পৰা আৰম্ভ কৰি ভূমিহীন ৰাইজলৈকে সকলোৱে পাব সুবিধা, কি কি সিদ্ধান্ত লোৱা হ’ল কেবিনেটত?

আজি অনুষ্ঠিত হ’ল অসম চৰকাৰৰ কেবিনেট বৈঠক। অসমৰ যোগাযোগ ব্যৱস্থাৰ আন্তঃগাঁথনি উন্নীতকৰণ, জলজীৱন মিছন আৰু কেন্দ্ৰীয় বাজেট সম্পৰ্কে বিস্তৃত আলোচনা…

Read More »
অসম

NEW SOP: কেতিয়া খোলা হ’ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?

ৰাজ্যৰ শিক্ষানুষ্ঠানক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP। শীঘ্ৰেই শিক্ষানুষ্ঠানসমূহ খোলাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। ১৫ ফেব্ৰুৱাৰীত খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। ক’ভিডৰ…

Read More »
অসম

অসম গৌৰৱ লাভলীনালৈ ‘অসম সৌৰভ বঁটা’, আনুষ্ঠানিক নিমন্ত্ৰণী অসম চৰকাৰৰ

অৰ্জুন বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইক প্ৰদান কৰা হ’ব ৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। লাভলীনাক প্ৰদান কৰা হ’ব অসম সৌৰভ…

Read More »
অসম

শিল্পী দিৱসত ‘শিল্পী পেঞ্চন’, ৰাজ্যৰ ৫০ গৰাকী শিল্পীক দিয়া হ’ব পেঞ্চন

জনতা ভৱনত মন্ত্ৰী বিমল বড়াৰ সংবাদ মেল। দেওবাৰে সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিমল বড়াৰ। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত…

Read More »
অসম

ভেকচিন নোলোৱা লোকসকল সাৱধান! ভেকচিন নল’লে নাপায় দৰমহা

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ। আজিৰে পৰা প্ৰযোজ্য হ’ল No Vaccine, No Entry। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে আজিৰে…

Read More »
অসম

হাতত কৰচলি লৈ ব্যতিক্ৰমী ৰূপত কেবিনেট মন্ত্ৰী বিমল বড়া, ৰান্ধিছে আঞ্জা, বাঢ়িছে ভাত…

এইবাৰ ব্যতিক্ৰমী ৰূপত ক্ৰীড়ামন্ত্ৰী বিমল বড়া। ৰাজনৈতিক কৰ্মব্যস্ততাৰ পৰা আঁতৰি হাতত কৰচলি লৈ আঞ্জা ৰন্ধাত ব্যস্ত মন্ত্ৰী বিমল বড়া। শুকুৰবাৰে…

Read More »
অসম

কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে,পৰিমীতা দাসৰ ভগ্নী আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক নিযুক্তি পত্ৰ প্ৰদান

নিমাতীত প্ৰাণ হেৰুওৱা পৰিমীতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়াললৈ কিছু সকাহ। অৱশেষত কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰীয়ে। মাজুলীৰ নাও দুৰ্ঘটনাত…

Read More »
অসম

শিক্ষকসকলে নাপায় চৰকাৰৰ বিশেষ বন্ধ, চৰকাৰী শিক্ষকলৈ কি ঘোষণা শিক্ষামন্ত্ৰীৰ?

ৰাজ্যৰ শিক্ষকসকলে নাপায় চৰকাৰৰ বিশেষ ছুটী। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৬ আৰু ৭ জানুৱাৰীত অসম চৰকাৰে ঘোষণা কৰা বিশেষ ছুটী নাপায়…

Read More »
Back to top button