Assamঅসমগুৱাহাটীদৈনিক বাতৰি

৫১ বছৰত ভৰি দিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে…..

৫১ বছৰত ভৰি দিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে.....

৫১ বছৰত ভৰি দিলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। ওপজা দিন উদযাপনৰ উদ্দেশ্যে মাজনিশা অনুৰাগীয়ে ভিৰ কৰিলে কাহিলিপাৰাস্থিত বাসগৃহত। গীতে–মাতে জীপাল হ’ল জুৱিনৰ বাসগৃহ। বৰ্তমানলৈকে প্ৰায় ৩৫ হাজাৰ গীতত কণ্ঠদানেৰে জুবিনে অভিলেখ সৃষ্টি কৰিছে অসমৰ সংগীত জগতত।

সকলোৰে প্ৰিয় শিল্পীগৰাকী  বৰ্তমান চিনেমাৰ দৃশ্য গ্ৰহণৰ কামত লণ্ডনত আছে যদিও অনুৰাগীয়ে ৰাজ্যৰ ঠায়ে ঠায়ে উদযাপন কৰিলে শিল্পীগৰাকীৰ ৫১সংখ্যক জন্মদিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.