Socialঅসম

উত্তপ্ত শিৱসাগৰ, আৰক্ষী জোৱানৰ বাহনৰ খুন্দাত নিহত এজন যুৱক

মৃত্যু আখৈফুটীয়াৰ ২নং মঠাদাঙৰ নৱজ্যোতি ফুকন ৱানৰ যুৱকজনৰ

◼️পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত শিৱসাগৰ সদৰ থানা

◼️আৰক্ষী জোৱানৰ বাহনৰ খুন্দাত মৃত্যু এজন যুৱকৰ

◼️মৃত্যু আখৈফুটীয়াৰ ২নং মঠাদাঙৰ নৱজ্যোতি ফুকন নামৰ যুৱকজনৰ

◼️মঙলবাৰে সন্ধিয়া সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা

◼️দুৰ্ঘটনাৰ পিছতে যুৱকজনক ততাতৈয়াকৈ নিয়া হৈছিল AMCHলৈ

◼️পৰৱৰ্তী সময়ত চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক

◼️যুৱকজনৰ মৃত্যুক কেন্দ্র কৰি শিৱসাগৰ থানা ঘেৰাও কৰে ৰাইজে

◼️উল্লেখ্য় যে, শিৱসাগৰ আৰক্ষীয়ে মঙলবাৰে নিশাই গ্ৰেপ্তাৰ কৰিছিল জোৱানজনক

◼️১৩৩১/২০২১ গোচৰৰ ভিত্তিত IPC ২৭৯/৩০৪(এ) ৰ অধীনত গ্ৰেপ্তাৰ

◼️জোৱানজন লিগিৰীপুখুৰী স্থিত APBN ত কৰ্মৰত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + fourteen =

Back to top button