Covid-19অসম

শিশুৰ বাবে ক’ভিড ভেকচিন:কাইলৈৰ পৰা ৰাজ্যৰ ১২-১৪ বছৰৰ শিশুক দিয়া হ’ব ভেকচিন…

ৰাজ্যত সৰ্বমুঠ তিনি লাখ শিশুক ভেকচিন দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। বুধবাৰে, মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব শিশু ভেকচিন

১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড ভেকচিন। কাইলৈৰ পৰা সমগ্ৰ দেশত শিশুসকলক ক’ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

 

দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো ১২ৰ পৰা ১৪ বছৰৰ শিশুক দিয়া হ’ব ক’ভিড ভেকচিন। ৰাজ্যত সৰ্বমুঠ তিনি লাখ শিশুক ভেকচিন দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। বুধবাৰে, মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব শিশু ভেকচিন। শিশুক দিবলগীয়া ভেকচিনবিধৰ নাম হৈছে Corbevax। ১২-১৩ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ব্যৱহাৰ কৰা হ’ব এই Corbevax Vaccine।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.