Assamঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

মহানগৰীত প্ৰৱঞ্চকৰ বৃহৎ দল গ্ৰেপ্তাৰ, মহানগৰ আৰক্ষীৰ জালত পৰিল ১৯টাকৈ প্ৰৱঞ্চক

মহানগৰীত প্ৰৱঞ্চকৰ বৃহৎ দল গ্ৰেপ্তাৰ

মহানগৰীত প্ৰৱঞ্চকৰ বৃহৎ দল গ্ৰেপ্তাৰ

মহানগৰ আৰক্ষীৰ জালত পৰিল ১৯টাকৈ প্ৰৱঞ্চক

গ্ৰেপ্তাৰ হোৱা বেছিসংখ্যক প্ৰৱঞ্চকেই দিল্লীৰ

এজন চিকিৎসকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ আটাইকে

গ্ৰেপ্তাৰ ফিৰোজ মালিক, নীজ সাৰ্থক, প্ৰহ্লাদ সিং, প্ৰদীপ কুমাৰ

শ্বৱাজ আলম, ছালিৰ আলী, নিৰ্মল মিশ্ৰক

হোটেলখনত বাহৰ পাতি মেলিছিল প্ৰৱঞ্চনাৰ জাল

গ্ৰাহকক পৰ্যটকৰ আঁচনি দিয়াৰ নামত প্ৰৱঞ্চনা

বশিষ্ঠৰ গ্ৰীনউড হোটেলৰ পৰা গ্ৰেপ্তাৰ আটাইকে

দলটোত আছে কেইবাগৰাকীও মহিলা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.