Assamঅসমদৈনিক বাতৰিধৰ্মীয়

সমাগত শাৰদীয় দুৰ্গোৎসৱ, পূজা কমিটীলৈ কি কি গাইডলাইন জাৰি কৰিলে জিলা প্ৰশাসনে? কি কি নিয়ম মানি চলিব লাগিব আপুনি?

সমাগত শাৰদীয় দুৰ্গোৎসৱ, পূজা কমিটীলৈ কি কি গাইডলাইন জাৰি কৰিলে জিলা প্ৰশাসনে?

সমাগত শাৰদীয় দুৰ্গোৎসৱ

সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন

পূজা কমিটীলৈ গাইডলাইন জাৰি কৰিলে জিলা প্ৰশাসনে

পদপথ-উপপথ বন্ধ কৰি পাতিব নোৱাৰিব দুৰ্গা পূজা

পূজা পাতিবলৈ ল’ব লাগিব স্থানীয় থানাৰ অনুমতি

নিশা ১০ বজাৰ পিছত বজাব নোৱাৰিব উচ্চপ্ৰাৱল্যত গান

নিয়ম ভাঙিলেই ভৰিব লাগিব জৰিমনা

পূজা মণ্ডপত বাধ্যতামূলক হ’ব CCTV

APDCLৰ অনুমতি নোলোৱাৰৈ কৰিব নোৱাৰিব লাইটিং

জাবৰ নিষ্কাশনৰ ব্যৱস্থা থাকিব লাগিব পূজা মণ্ডপত

পূজা কমিটীৰ সভাপতি, সম্পাদকৰ নাম ওলমাই ৰাখিব লাগিব ৰাজহুৱাকৈ

সাংস্কৃতিক অনুষ্ঠানৰ বাবে আগতীয়াকৈ ল’ব লাগিব আৰক্ষীৰ অনুমতি

প্লাষ্টিকৰ সামগ্ৰীৰে প্ৰস্তুত কৰা মূৰ্তি নোৱাৰিব ব্যৱহাৰ কৰিব

পূজা কমিটীলৈ প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ গাইডলাইন

বিসৰ্জনৰ পিছত ৰৈ যোৱা সামগ্ৰী কৰিব লাগিব নিষ্কাশন

পূজাত ব্যৱহাৰ কৰিব লাগিব মাটিৰ কলহ

প্লাষ্টিকৰ ফুল ব্যৱহাৰ নকৰাৰ আহ্বান পূজা কমিটীক

প্ৰতিমাৰ তলৰ অংশত ব্যৱহাৰ কৰিব নোৱাৰিব থাৰ্মকল, প্লাষ্টিক

বিসৰ্জনৰ পিছত প্ৰতিটো ঘাটৰ গুণমান পৰীক্ষা কৰিব প্ৰদূষণ ব’ৰ্ডে

মহানগৰীৰ ৬টা স্থানত হ’ব প্ৰতিমা বিসৰ্জন

চূনচালি, পাণ্ডু, বশিষ্ঠ, সোণাপুৰ, ডিমৰীয়া

কাছমাৰীঘাটতো হ’ব প্ৰতিমা বিসৰ্জন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.