অৰ্থনৈতিকঅসম

এইবাৰ ONGC বিক্ৰী কৰিব চৰকাৰে!

কাগজ কলৰ পাছত এইবাৰ ONGC বিক্ৰী কৰিব নৰেন্দ্ৰ মোদীয়ে!

কাগজ কলৰ পাছত এইবাৰ ONGC বিক্ৰী কৰিব নৰেন্দ্ৰ মোদীয়ে!

এই সপ্তাহতে ৩ হাজাৰ কোটি টকাত ONGCৰ ১.৫ শতাংশ অংশীদাৰিত্ব বেচাৰ সিদ্ধান্ত লৈছে চৰকাৰে।

আজি ONGCৰ অংশীদাৰিত্ব বিক্ৰীৰ বাবে খুলি দিয়া হব আৰু ৩১ মাৰ্চত অন্ত পৰিব। বিক্ৰীৰ বাবে ১৫৯ টকা প্ৰতিটো শ্বেয়াৰত ৰখাৰ তথ্য প্ৰকাশ পাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.