বিশ্ব

হিজাব নিপিন্ধাৰ বাবেই অভিনেত্ৰীক গ্ৰেপ্তাৰ কৰি বৰ্বৰ অত্যাচাৰ! ক’ত এই ঘটনা?

জনপ্ৰিয় অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি অকথ্য নিৰ্যাতন চলাই আৰক্ষীয়ে৷ লগতে অভিনেত্ৰীগৰাকীৰ ১৬ বছৰ পৰ্যন্ত কাৰাবাসৰ সম্ভাৱনা আছে৷

২৮ বছৰীয়া ৰোছনো এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰীগৰাকীয়ে হিজাব পিন্ধিবলৈ অস্বীকাৰ কৰিছিল। তাৰ পিছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি বৰ্বৰ অত্যাচাৰ কৰে। পিছত, তেওঁক ৰাষ্ট্ৰীয় টিভিত আহি ক্ষমা বিচাৰিবলৈ কোৱা হৈছিল যাতে হিজাব পিন্ধাৰ তালিবানৰ আদেশ পালন নকৰা মহিলাসকলৰ মনত তেওঁ আতংকৰ সৃষ্টি হ’ব পাৰে। বাতৰি অনুসৰি, ৰোশনোক দেশৰ নিৰাপত্তাৰ বাবে ভাবুকি বুলি বৰ্ণনা কৰা হৈছে। তেওঁ ১৬ বছৰ পৰ্যন্ত কাৰাদণ্ড হোৱাৰ সম্ভাৱনা আছে৷

ইৰাণত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা৷ কট্টৰপন্থী চৰকাৰে মহিলাসকলৰ বাবে হিজাব পিন্ধাটো বাধ্যতামূলক কৰিছে। ইয়াত, যিসকল মহিলাই এই আদেশ অনুসৰণ নাইকৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পিছত অত্যাচাৰ কৰা হৈছে। শেহতীয়াকৈ এই অত্যাচাৰৰ বলি হৈছে চেপদেহ ৰোশনো।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.