AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক, কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল……

নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠক

কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল

প্ৰতিমাহত দিছপুৰৰ বাহিৰত কেবিনেট বৈঠকৰ চিন্তা-চৰ্চা

কৰিমগঞ্জৰ বাবে ৮১ কোটি টকাৰ পানী যোগান আঁচনি

হাইলাকান্দিৰ বাবেও ৭২ কোটিৰ পানী যোগান আঁচনি

শীঘ্ৰেই সৰ্বশিক্ষাৰ বাবে বিশেষ নিযুক্তি

৩৫ হাজাৰ শিক্ষকলৈ নতুন চাকৰি

শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰিব চৰকাৰে

নলবাৰীৰ চাৰিটাকৈ ধৰ্মীয় অনুষ্ঠানলৈ ৩ কোটিকৈ অনুদান

নলবাৰীত হ’ব এটা প্ৰেক্ষাগৃহ আৰু আৱৰ্ত ভৱন

১৯ কিলোমিটাৰ নতুন মথাউৰি হ’ব নলবাৰীত

দুচকীয়া বাহনত হেলমেট নিপিন্ধিলে জৰিমনা হ’ব

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.