অপৰাধঅসমদৈনিক বাতৰি

উৎকোচৰ আগধন লৈ CBIৰ জালত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়া

ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে ২.৫০কোটি টকা উৎকোচ লোৱাৰ অভিযোগ

CBIৰ জালত ৰঞ্জিত কুমাৰ বৰা। উৎকোচৰ আগধন লৈ হাতে লোটে ধৰা পৰিল উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ বিষয়া।
ৰেলৱেৰ টেকনিকেল বিভাগৰ Chief Deputy Engineer ৰঞ্জিত কুমাৰ বৰা।

ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে ২.৫০কোটি টকা উৎকোচ লোৱাৰ অভিযোগ। ৫০ লাখ টকা আগধন হিচাপে লওতেই হাতে লোটে ধৰা পৰে chief technical officer ৰঞ্জিত কুমাৰ বৰা।

মালিগাঁওস্থিত কাৰ্য্যালয়ৰ লগতে হেঙৰাবাৰীৰ উৎসৱ কাননত থকা বিলাসী এপাৰ্টমেণ্টতো চলিল CBI ৰ অভিযান। সেই অভিযানতে ধৰা পৰে অগাধ সম্পত্তিৰ গৰাকী ৰঞ্জিত বৰা।

বিদ্যুৎ বিভাগৰ বিষয়াৰ পৰা কাম দিয়াৰ নামত এটা প্ৰতিষ্ঠানৰ পৰা ধন বিচাৰোতে দুৰ্ভাগ্য ধৰা পৰি যায় CBIৰ হাতত। গ্ৰেপ্তাৰ কৰা হয় প্ৰতিষ্ঠানৰো সদস্যক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.