খেলভাৰত

এইকেইজন যুৱ খেলুৱৈয়ে স্থান পালে ভাৰতীয় ক্ৰিকেট দলত, কোন কোন চাওঁক…

প্ৰকাশ পালে নিউজিলেণ্ড এ-ৰ বিৰুদ্ধে চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দলৰ তালিকা

প্ৰকাশ পালে নিউজিলেণ্ড এ-ৰ বিৰুদ্ধে চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দলৰ তালিকা। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ড চমুকৈ BCCI য়ে ঘোষণা কৰিলে নিউজিলেণ্ড এ-ৰ বিৰুদ্ধে চাৰিদিনীয়া খেলৰ বাবে ভাৰত এ দলৰ তালিকা।

 

কুলদীপ যাদৱ, ওমৰান মালিক, ৰাহুল চাহাৰকে প্ৰমুখ্যে কেইবাজনো খেলুৱৈয়ে স্থান লাভ কৰে ভাৰতীয় ক্ৰিকেট দলটিত। অহা চেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’ব খেলকেইখন।

২০২২ বৰ্ষৰ আইপিএলত সুন্দৰ প্ৰদৰ্শন কৰা ৰজত পাটীদাৰ আৰু তিলক বৰ্মায়ো স্থান লাভ কৰে নিৰ্বাচিত ভাৰত এ দলত। ক্ৰিকেটাৰ শ্বৰফৰাজ খানেও স্থান লাভ কৰে এই দলটিত।

১ চেপ্তেম্বৰৰ পৰা ২৭ চেপ্তেম্বৰলৈকে চলিব ক্ৰিকেটৰ এই শৃংখলা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.