উৎসৱভাৰতমনোৰঞ্জন

দিপাৱলীৰ শুভক্ষণত ভাৰতীয় জোৱানৰ লগত দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি জম্মু-কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জম্মুত উপস্থিত হোৱাৰ পিছতেই মোদী হেলিকপ্টাৰেৰে নৌছেৰালৈ যায়

আজি দিপাৱলী।

দিপাৱলীৰ শুভক্ষণত ভাৰতীয় জোৱানৰ লগত দিপাৱলী পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আজি জম্মু-কাশ্মীৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জম্মুত উপস্থিত হোৱাৰ পিছতেই মোদী হেলিকপ্টাৰেৰে নৌছেৰালৈ যায়।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ ৰাজৌৰী আৰু পুঞ্জ জিলাৰ ওচৰত প্ৰায় ৩ দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। ১১ অক্টোবৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ৫ জন জোৱান ছহীদ হৈছিল।
প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ইয়াৰ পূৰ্বেও মোদীয়ে সীমান্তত দিপাৱলী উদযাপন কৰিছিল। মোদীৰ ভ্ৰমণৰ পূৰ্বে ইতিমধ্যে সুৰক্ষা কটকটীয়া কৰি তোলা হৈছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.