অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মুছলপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ, ভিন্ন দাবীৰে উত্তাল প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

মুছলপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ

ভিন্ন দাবীৰে উত্তাল প্ৰতিবাদ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ

মুছলপুৰ জিলা কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ

শ শ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদস্থলী

মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মচাৰীক অক্ষয় পাত্ৰক গতাই দিয়া বন্ধ কৰক, বকেয়া ধন আদায় দিয়ক, এককালীন তিনিলাখ টকা আদায় দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদস্থলী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button