অসম

বিহুৰ বতৰত গুৱাহাটীবাসীৰ বাবে এটা দুঃখবৰ…

গৃহ নিৰ্মাণৰ ১৯ বিধ মুখ্য সামগ্ৰীৰ দাম হুৰা-হুৰে বৃদ্ধি হোৱাৰ বাবেই বৃদ্ধি হ’ব ফ্লেটৰ দাম৷

বিহুৰ পাছতে গুৱাহাটীত বৃদ্ধি পাব ফ্লেটৰ দাম। ফ্লেটৰ প্ৰতি বৰ্গফুটত বৃদ্ধি পাব ৬০০ টকাকৈ। নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি হোৱাৰ বাবেই নিৰ্মাণ খণ্ডত প্ৰভাৱ পৰিছে।

 

সংবাদমেলযোগে ফ্লেটৰ দাম বৃদ্ধিৰ ঘোষণা কৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বনে৷ গৃহ নিৰ্মাণৰ ১৯ বিধ মুখ্য সামগ্ৰীৰ দাম হুৰা-হুৰে বৃদ্ধি হোৱাৰ বাবেই বৃদ্ধি হ’ব ফ্লেটৰ দাম৷ আনকি ক’ভিডসৃষ্ট পৰিৱেশেও নিৰ্মাণ খণ্ডত প্ৰভাৱ পেলোৱাৰ কথা কয় ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্বনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button