অসমগুৱাহাটী

প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰত যানবাহন চলাচলত জাৰি বিশেষ নিৰ্দেশনা

মহানগৰীৰ ৬ টাকৈ ঘাটত ব্যৱস্থা কৰা হৈছে প্ৰতিমা বিসৰ্জনৰ

আজি বিজয়া দশমী। ধৰাৰ বুকুৰ পৰা বিদায় ল’ব মা দূৰ্গাই। হাতীৰ পিঠিত উঠি এইবাৰ ধৰালৈ আহিছিল মা দূৰ্গা আৰু নাৱত উঠি বিদায় ল’ব ধৰাৰ পৰা। প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰ আৰক্ষী প্ৰশাসনে যানবাহন চলাচলত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এইবাৰ মহানগৰীৰ ৬ টাকৈ ঘাটত ব্যৱস্থা কৰা হৈছে প্ৰতিমা বিসৰ্জনৰ। কোন দিশে চলাচল কৰিব বাহনসমূহ,

 

🔹চানমাৰিৰ পৰা অহা বাহন TC পইণ্টৰ পৰা MG ৰোড হৈ যাব
🔹লালগণেশৰ পৰা অহা বাহন BK কাকতি ৰোড হৈ আহিব
🔹AK আজাদ ৰোড-নেপালী মন্দিৰ হৈও যাব পাৰিব বাহন
🔹কুমাৰপাৰা দিশৰ পৰা অহা বাহনসমূহ AT ৰোড হৈ আহিব
🔹দিছপুৰ-কাহিলীপাৰাৰ বাহন RG বৰুৱা ৰোড হৈ আহিব
🔹বি বৰুৱা পথেৰে যাব নোৱাৰিব প্ৰতিমা কঢ়িওৱা বাহন
🔹ফটাশিলৰ পৰা অহা বাহন AT ৰোড হৈ পাণ্ডুলৈ যাব
🔹জালুকবাৰীৰ পৰা চানমাৰিলৈ অহা বাহন AT ৰোড হৈ আহিব
🔹উজানবজাৰ-খাৰঘূলি-নুনমাটি দিশৰ বাহন তৈবুল্লা ৰোড হৈ যাব লাগিব
🔹এপল’ পইণ্টৰ পৰা TRP ৰোড, HB ৰোড ONE WAY হ’ব
🔹মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু দিশলৈ যাব নোৱাৰিব প্ৰতিমা কঢ়িওৱা বাহন
🔹আমবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্ট হৈ সোমাব লাগিব বাহনসমূহ
🔹বিসৰ্জনৰ পিছত শদিলাপুৰ ৬নং কলনী হৈ জালুকবাৰী দিশলৈ যাব লাগিব

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.