অসমআঞ্চলিক

প্ৰথমবাৰলৈ লাইফ জেকেট পিন্ধি মাজুলীলৈ যাত্ৰা যাত্ৰীৰ

ব্ৰহ্মপুত্ৰত সম্পন্ন হৈছে ৰ'পেক্সৰ টেষ্ট ড্ৰাইভ। সকলো থিকে থাকিলে আজিৰে পৰা চলিব এই জাহাজ।

আজিৰে পৰা নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। দীৰ্ঘদিন ধৰি চলাচল বন্ধ হৈ থকা ৰ’পেক্স জাহাজ চলিছে ব্ৰহ্মপুত্ৰৰ বুকুত।

জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট।

এতিয়াৰে পৰা বাধ্যতামূলক কৰা হ’ল লাইফ জেকেট পৰিধান কৰাটো। লাইফ জেকেট নিপিন্ধাকৈ কোনো যাত্ৰীয়ে ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। আনহাতে, ব্ৰহ্মপুত্ৰত সম্পন্ন হৈছে ৰ’পেক্সৰ টেষ্ট ড্ৰাইভ। সকলো থিকে থাকিলে আজিৰে পৰা চলিব এই জাহাজ।

চৰকাৰৰ এই ব্যৱস্থাক এতিয়া আদৰণি জনাইছে সকলোৰে। পিছে এই ব্যৱস্থা কিমানদিনলৈ অব্যাহত থাকিব, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.