অসমঅসম আৰক্ষীদৈনিক বাতৰি

এইবাৰ উৎকোচ লৈ হাত দাঙিলে নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া

এইবাৰ উৎকোচ লৈ হাত দাঙিলে নগাঁও সদৰ থানাৰ আৰক্ষী বিষয়া

এইবাৰ উৎকোচ লৈ হাত দাঙিলে আৰক্ষী বিষয়া। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খোদ আৰক্ষী বিষয়া। নগাঁও সদৰ থানাৰ SI সুৰুজুল হকক আটক। চৰকাৰী আৱাসত উৎকোচ লৈছিল আৰক্ষী বিষয়াজনে। নগদ ১৫ হাজাৰ টকাৰ উৎকোচ লোৱা অৱস্থাতে হাতে-লোটে আটক। ১ মাহ পাছতেই অৱসৰ গ্ৰহণৰ সময় আছিল সুৰুজুল হকৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.