AssamCity newsCMO Assamnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিছপুৰত মুখ্যমন্ত্ৰীৰ সংবাদমেল, অমৃত বৃক্ষ আন্দোলনৰ 2.0 এপ মুকলি কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে অমৃত বৃক্ষ আন্দোলনৰ এপ

মুকলি কৰিলে অমৃত বৃক্ষ এপ 2.0

উপস্থিত বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

এপটোত থাকিব পঞ্জীয়নৰ সুবিধা

যোৱাবাৰ অমৃত বৃক্ষ আঁচনি ৰূপায়নত কিছু বিসংগতি হোৱাটো সত্য

কম সময়ত আঁচনি ৰূপায়ন কৰিবলগীয়া হৈছিল

সেয়েহে ব্যক্তিগত নাৰ্চাৰীৰ পৰাও পুলি ক্ৰয় কৰিবলগীয়া হৈছিল

এইবাৰ বনবিভাগে যোগান ধৰিব গছপুলি

যোৱাবাৰ ১ কোটি গছপুলি ৰোপণ কৰা হৈছিল

যোৱাবাৰ ৰোপণ কৰা গছপুলিৰ ৯০%ই জীয়াই আছে

এইবাৰ ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্য

১-১৫ আগষ্টলৈকে ৰোপণ কৰা হ’ব গছপুলি

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.