অসমপ্ৰযুক্তিবিজ্ঞান

অত্যাধিক সামগ্ৰী কঢ়িওৱা মালবাহী ট্ৰাকসমূহৰ বাবে সংস্থাপন কৰা হৈছে বিশেষ ম’বাইল যন্ত্ৰ

এই যন্ত্ৰৰ জড়িয়তে সজাগতা সৃষ্টি কৰিছে বিভাগটোৱে

হোজাই জিলাত মালবাহী ট্ৰাকসমুহৰ অধিকাংশই নিৰ্ধাৰিত সামগ্ৰীতকৈ অধিক সামগ্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত জিলা পৰিবহণ বিভাগে ৰাজপথত সংস্থাপন কৰিছে বিশেষ ম’বাইল যন্ত্ৰ৷

এই যন্ত্ৰৰ জৰিয়তে ট্ৰাকসমূহৰ অত্যাধিক সামগ্ৰী কঢ়িওৱা আৰু গতিবেগ নিৰীক্ষণত বিশেষ গুৰুত্ব দি ট্ৰাক চালকৰ মাজত এক সজাগতা সৃষ্টি কৰিছে বিভাগটোৱে৷

উল্লেখ্য যে,  জিলাখনত দৈনিক বিভিন্ন পথত তাৎক্ষণিক নিয়মীয়া তালাচী অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে জিলা পৰিবহন বিষয়া তানচিন আখতাৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.