অপৰাধ

APSC কেলেংকাৰিৰ নতুন মোৰ, ২৩ জনৰ বিৰুদ্ধে পোৱা গৈছে নতুন তথ্য…

উল্লেখ্য যে, ডিব্ৰুগড়ৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল ৬০ জন লোকক। ইয়াৰে ২৩ জনৰ বিৰুদ্ধে ইতিমধ্যে পোৱা গৈছে নতুন তথ্য-পাতি।

দাখিল কৰা হ’ল APSC গোচৰৰ ১২ নম্বৰ অভিযোগনামা। উল্লেখ্য যে, ডিব্ৰুগড়ৰ গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল ৬০ জন লোকক। ইয়াৰে ২৩ জনৰ বিৰুদ্ধে ইতিমধ্যে পোৱা গৈছে নতুন তথ্য-পাতি।

এইসকলৰ বিৰুদ্ধে ১২ নম্বৰ অভিযোগনামা দাখিল কৰা হৈছে। তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে জনালে এই কথা।

APSC কেলেংকাৰিৰ তদন্ত বিচাৰি বিশেষ আদালতত আৱেদন। তদন্তৰ আওঁতালৈ নতুন ৰাজপত্ৰিত বিষয়া অহাৰ ইংগিত।
জানুৱাৰীৰ দ্বিতীয় সপ্তাহৰ পৰা কাহিলীপাৰাত আৰম্ভ হ’ব নতুনকৈ তদন্তৰ আওঁতাত আহিব লগীয়াসকলৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ। ইতিমধ্যে, ফৰেনছিক ৰিপৰ্টত আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.