অসমদৈনিক বাতৰিভাৰতমনোৰঞ্জনশিল্পী

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা…

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ দাদা চাহেব ফাল্কে বঁটা ঘোষণা

দাদা চাহেব ফাল্কে বঁটা ঘোষণা

প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰহমানলৈ চলচিত্ৰ জগতৰ সন্মান

৮৫ বছৰীয়া চিৰসেউজ অভিনেত্ৰীগৰাকীলৈ এই সন্মান

চলচিত্ৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে স্বীকৃতি

প্ৰায় ৯০খন ছবিত অভিনয় কৰিছে ৱাহিদা ৰহমানে

নৃত্যশিল্পী হিচাপে প্ৰখ্যাত ৱাহিদা ৰহমান

পূৰ্বে তেওঁ লাভ কৰিছিল পদ্মভূষণ সন্মান

প্যাছা, কাগজ কা ফুল, চাহেব বিবি ঔৰ গোলাম, গাইডত অভিনয়

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.