অসমগুৱাহাটীদৈনিক বাতৰি

পুনৰ অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত কৰি গুজৰাটী বণিয়াক গতালে ঐতিহাসিক দীঘলীপুখুৰী

পুনৰ অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত কৰি গুজৰাটী বণিয়াক গতালে ঐতিহাসিক দীঘলীপুখুৰী

পুনৰ অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত চৰকাৰৰ। গুজৰাটী বণিয়াক গতাই দিয়া হ’ল ঐতিহাসিক দীঘলীপুখুৰী। ব্যক্তিগতকৰণ হ’ল গুৱাহাটী দীঘলীপুখুৰী। জানিব পৰা মতে, দীঘলীপুখুৰী গুজৰাটৰ ই চি এইছ টি কংলোমেৰাত প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠানক গতাইছে।

পুনৰ অসমীয়াৰ স্বাভিমানক কুঠাৰাঘাত কৰি গুজৰাটৰ প্ৰতিষ্ঠানক লীজত গতালে দীঘলীপুখুৰী। আহমেদাবাদৰ ECHT কংলোমেৰা প্ৰতিষ্ঠানক আবণ্টন।১৫ বছৰৰ বাবে লীজত দিলে প্ৰতিষ্ঠানটোক। থলুৱা উদ্যোগীৰ পৰা কাঢ়ি অস্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰে কৰিলে হস্তান্তৰ। এই ক্ষেত্ৰত সংগোপনে নিবিদা প্ৰক্ৰিয়া সম্পন্নৰ অভিযোগ AAPৰ।

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.