অসমজীৱনশৈলীদৈনিক বাতৰি

সাত দিনত সাত ফুট দৈৰ্ঘ্যৰ গামোচাত কবিতা লিখি অখিল গগৈক উপহাৰ দিলে ডিগবৈৰ যুৱকে

ডিগবৈ পানবাৰীৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰতিভা

ডিগবৈ পানবাৰীৰ এজন যুৱকৰ ব্যতিক্ৰমী প্ৰতিভা।

এখন সাত ফুট দৈৰ্ঘ্যৰ গামোচাত কবিতা লিখি বিধায়ক অখিল গগৈক উপহাৰ। গামোচাখন তৈয়াৰ কৰোতে সাত দিন সময় লাগিছিল যুৱকজনক। উদীয়মান যুৱক জনৰ নাম তৰুণ গগৈ।

বিভিন্ন সময়ত উদীয়মান যুৱক জনে ডঃ ভূপেন হাজৰিকাৰ গীত, নতুন প্ৰজন্মৰ হার্টথ্রব জুবিন গাৰ্গৰ গীত আদি নিজ হাতে গামোচাত ফুল আকাৰে বাছি উলিয়াই আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.