অসমদৈনিক বাতৰি

প্ৰতিবাদত উত্তাল জুৰীয়া সমবায় সমিতিৰ কাৰ্যালয়

প্ৰতিবাদত উত্তাল জুৰীয়া সমবায় সমিতিৰ কাৰ্যালয়

প্ৰতিবাদত উত্তাল জুৰীয়া সমবায় সমিতিৰ কাৰ্যালয়। সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। হিতাধিকাৰীৰ চাউল ক’লা বজাৰত বিক্ৰীৰ অভিযোগ। সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ড্ৰাগ্ছ সেৱণৰ অভিযোগ।এজেণ্ট ৰফিকুল ইছলামৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।

যি সময়ত ৰাজ্যৰ মূখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাটো নিকা কৰিবলৈ না না সংস্কাৰ সাধন কৰিছে তেনে সময়তে জুৰীয়াৰ মেলেকাধিংৰ এজন সুলভ মূল্যৰ এজেন্টে আজি চাৰি মাহ ধৰি দৰিদ্ৰ লোকৰ নামত আবন্তিত সমুদায় সুলভ মূল্যৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ।। হিতাধিকাৰীৰ চাউল ক’লা বজাৰত বিক্ৰী কৰি ড্ৰাগ্ছ সেৱনৰ অভিযোগ এজেণ্টৰ বিৰুদ্ধে। উচিত তদন্ত বিচাৰি দগাঁও আলিটাঙনী সমবায় সমিতি লিমিটেড কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক পুৰুষ–মহিলাই।।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.