অপৰাধঅসম

হাতে লোটে ধৰা পৰিল কুখ্যাত মটৰ চাইকেল চোৰ

তিনিচুকীয়াৰ ডুমডুমাত বিগত কিছুদিনৰ পৰা সঘনাই মটৰ চাইকেল চুৰিৰ ঘটনা সংঘটিত হৈ থকাৰ বাতৰি পোহৰলৈ অহা পিছত বৃহস্পতিবাৰে সন্ধিয়া হাতে লোটে ধৰা পৰে এটা কুখ্যাত মটৰ চাইকেল চোৰ

তিনিচুকীয়াৰ ডুমডুমাত বিগত কিছুদিনৰ পৰা সঘনাই মটৰ চাইকেল চুৰিৰ ঘটনা সংঘটিত হৈ থকাৰ বাতৰি পোহৰলৈ অহা পিছত বৃহস্পতিবাৰে সন্ধিয়া হাতে লোটে ধৰা পৰে এটা কুখ্যাত মটৰ চাইকেল চোৰ।

ৰখাই থোৱা AS 06 V 7584 নম্বৰৰ ৰয়েল এনফিল্ড মটৰ চাইকেলখন হাঁহচৰাৰ যুৱক পিন্টা বাউৰিৰ নিজ ঘৰৰ দুৱাৰমুখত পৰাই চুৰি কৰি পলাবলৈ লওতেই স্থানীয় একাংশ যুৱকে চোৰটোক হাতে লোটে ধৰিবলৈ সক্ষম হয়৷

চোৰটোৱে পলাবলৈ চেষ্টা কৰি স্থানীয় এগৰাকী যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলিও জানিবলে দিয়ে স্থানীয় লোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.