leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

মাজত মাত্ৰ এটা দিন। গুৱাহাটীত শ্বিলং লাজং বনাম নৰ্থ ইষ্ট FC ইউনাইটেড।

৪ আগষ্টত সৰুসজাইত মুখামুখি হ’ব দুয়োটা দল।

মাজত মাত্ৰ এটা দিন। গুৱাহাটীত ডুৰাণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়। লগতে উপস্থিত থাকিব ভাৰতীয় সেনাৰ বিষয়া।

গুৱাহাটীত উপস্থিত শ্বিলং লাজং বনাম নৰ্থ ইষ্ট FC ইউনাইটেড। ৪ আগষ্টত সৰুসজাইত মুখামুখি হ’ব দুয়োটা দল। কোকৰাঝাৰতো অনুষ্ঠিত হ’ব ডুৰাণ্ড কাপৰ মেচ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.