AssamCity newsCultureFestivalnorth eastRegionalSocialSocial Networkuniversঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়উৎসৱগুৱাহাটীধৰ্মীয়ধাৰ্মিকপৰিৱেশশিক্ষাশিল্পীসংস্কৃতি

বিতৰ্কত এতিয়াও নাজিৰাৰ অগ্নিনাভ মন্দিৰ

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ মন্দিৰ

বিতৰ্কত এতিয়াও নাজিৰাৰ অগ্নিনাভ মন্দিৰ । কোনোয়ে যদি বিশ্বাস কৰে আন কোনোয়ে আকৌ মিছা প্ৰতিপন্ন কৰিব বিছাৰে । বহু চৰ্চিত শিৱসাগৰ নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ। এফালে যদি বিতৰ্ক আনফালে ভক্তৰ আস্থা আৰু বিশ্বাস । প্ৰতিদিনে পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত ।

বুধবাৰ আৰু শনিবাৰে মন্দিৰ বন্ধ থকাৰ বাদে বাকী আটাইকেইদিন অগ্নিনাভ শিৱ মন্দিৰত শিৱ‌ বাবাৰ দৰ্শনৰ বাবে হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। সকলো ভক্তৰে বিশ্বাস যে এই মন্দিৰভাগত পৱিত্ৰ মনেৰে প্ৰাৰ্থনা কৰিলে ভক্তৰ মনৰ আশা পূৰণ হয় । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত আহি উপস্থিত হয় এই মন্দিৰত।

শ্ৰীমতী শিখা মজিন্দাৰ বেজবৰুৱায়ে এই মন্দিৰৰ নামত ব্যৱসায় কৰা বুলি সামাজিক মাধ্যমত বিতৰ্ক আৰু বহু চৰ্চা চলি আছে । কিন্তু এই বিতৰ্কৰ অন্ত কেতিয়া পৰিব সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন ।

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.