অসম

বাঢ়নী পানীয়ে কাঢ়িলে প্ৰাণ, আঢ়ৈ বছৰীয়া কণমানিৰ সলিল সমাধি…

বানপানীৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী কণমানিয়ে। মৃত কণমানিজনী হৈছে পাৰাহকুছিৰ বিস্মিতা দাস।

সৰ্থেবাৰীৰ পাৰাহকুছিত অঘটন। পানীত পৰি মৃত্যু আঢ়ৈ বছৰীয়া কণমানিৰ।

 

বানপানীৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী কণমানিয়ে। মৃত কণমানিজনী হৈছে পাৰাহকুছিৰ বিস্মিতা দাস। সুভাষ দাস আৰু মিতালী দাসৰ একমাত্ৰ কন্যা আছিল বিস্মিতা। ঘৰৰ চাৰিফালে বানপানী আৰু চোতালত পানী থকাৰ বাবেই অকস্মাতে পানীত পৰি কণমানিজনীৰ মৃত্যু হোৱা বুলি উল্লেখ স্থানীয় ৰাইজৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.