AssamCity newsCMO Assamleatest updatenationalPMo indiapoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দিল্লীত আজি NDAৰ সংসদীয় সমিতিৰ বৈঠক, ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব চৰকাৰ গঠনৰ দাবী পত্ৰ…….

আজি দিল্লীত NDAৰ সংসদীয় সমিতিৰ বৈঠক

বৈঠকতে সংসদীয় দলৰ নেতা হিচাপে বাছনি কৰিব মোদীক

দিল্লীত উপস্থিত NDAৰ নৱনিৰ্বাচিত সকলো সাংসদ

ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰিব চৰকাৰ গঠনৰ দাবী পত্ৰ

বিয়লি ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হ’ব NDAৰ নেতৃত্ব

৯ জুনত ৰাষ্ট্ৰপতি ভৱনত প্ৰধানমন্ত্ৰীয়ে ল’ব শপত

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.