অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

ক্ষিপ্ৰ গতিত আগবাঢ়িছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত, জখলাবন্ধা থানাত উপস্থিত CBIৰ দল

ক্ষিপ্ৰ গতিত আগবাঢ়িছে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত

জখলাবন্ধা থানাত উপস্থিত CBIৰ দল

CBIৰ হাতত কেইবাটাও ক্লু

দুৰ্ঘটনাগ্ৰস্ত বাহন পুনৰ নিৰীক্ষণ CBIৰ দলৰ

ইফালে লখিমপুৰৰ তদানীন্তন SPক জেৰা CBIৰ

জেৰা তদানীন্তন SP লুনা নেওগকো

নগাঁও আৱৰ্ত ভৱনত দুয়োকে জেৰা CBIৰ

বুধবাৰে কলিয়াবৰৰ দুৰ্ঘটনাস্থলীৰ ৰিক্ৰিয়েট কৰিছিল CBIএ

৫ মাহৰ অন্তত দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা উদ্ধাৰ হৈছিল ম’বাইল

দুটাকৈ ম’বাইল, এখন ৰুমাল উদ্ধাৰ কৰিছিল CBIএ

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.