অভিনয়ভাৰতমনোৰঞ্জনমুম্বাই

ফটোখনত দেখা পোৱা মৰমলগা কণমানিটো কোন চিনি পাইছেনে?

বৰ্তমান এই কণমানিটি বলীউডৰ ছুপাৰষ্টাৰ৷ বৰ্তমান সময়ত তেওঁ বলীউডৰ এজন খ্যাত তাৰকা৷

ফটোখনত দেখা পোৱা এই মৰমলগা কণমানিটো চিনি পাইছেনে? বৰ্তমান এই কণমানিটি বলীউডৰ ছুপাৰষ্টাৰ৷ শিশুটি এজন ডাঙৰ সুদৰ্শন হাংক হৈ পৰিছে৷ তেওঁৰ লুক এতিয়া প্ৰত্যেকগৰাকী ছোৱালীৰ প্ৰিয়। বৰ্তমান সময়ত তেওঁ বলীউডৰ এজন খ্যাত তাৰকা৷

বহু কেইখন চুপাৰহিট ছবিত অভিনয় কৰিছে এইজন তাৰকাই৷ অভিনয়ৰ জৰিয়তে অনুৰাগীৰ হৃদয়ত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে এইজন অভিনেতাই৷ বিগত কিছু দিন ধৰি সামাজিক মাধ্যমত ভাইৰেল হ’বলৈ লৈছে তাৰকাসকলৰ শৈশৱৰ ফটো৷

শেহতীয়াকৈ এই ফটোখন ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷ ব্যাপক চৰ্চা লাভ কৰিছে বলীউড জগততো৷ ফটোখনত আচলতে কোন ধৰিব পাৰিছেনে? তেওঁ বলীউডৰ এজন ডাঙৰ তাৰকাৰ লগতে এতিয়া তেওঁ নিজেই সন্তানৰ পিতৃ। নিশ্চয় এতিয়া আপুনি অলপ হ’লেও এই শিশুটিক চিনি পাইছে! নে নাইপোৱা?

তেন্তে শুনক এই কণমানিটি অভিনেতা শ্বাহিদ কাপুৰ। অভিনেতা পংকজ কাপুৰৰ পুত্ৰ শ্বাহিদ কাপুৰ৷ শৈশৱত হুবহু পুত্ৰৰ দৰেই দেখা গৈছিল শ্বাহিদ কাপুৰক। শ্বাহিদ কাপুৰৰ শৈশৱৰ ফটোখন দেখি আপ্লুত হৈ পৰিছে অনুৰাগীসকলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.