leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

দুৰ্নীতি আৰু অনিয়মৰ ভূস্বৰ্গলৈ পৰিণত ধেমাজিৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰবাৰী গাঁও পঞ্চায়ত।

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত দৰিদ্ৰ আৰু যোগ্য হিতাধিকাৰী।

দুৰ্নীতি আৰু অনিয়মৰ ভূস্বৰ্গলৈ পৰিণত হৈছে ধেমাজিৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত নাহৰবাৰী গাঁও পঞ্চায়ত। দৰিদ্ৰ আৰু যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি ধনৰ বিনিময়ত আৰ্থিকভাৱে স্বচ্ছল লোকক চৰকাৰী আঁচনি দিয়াৰ অভিযোগ পঞ্চায়তখনৰ সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে।

এই সন্দৰ্ভত গোগামুখ থানাত গোচৰ তৰিছে বঞ্চিত হিতাধিকাৰীয়ে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ সমষ্টিত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই ক্ষেত্ৰত ভুক্তভোগীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ কামনা কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.