Covid-19Educationঅসমদৈনিক বাতৰি

১ অক্টোবৰৰ পৰা খুলিব নৱম, একাদশ আৰু ডিগ্ৰী দ্বিতীয় বাৰ্ষিকৰ শ্ৰেণীসমূহ

হিমন্ত বিশ্ব শৰ্মাই আজি কৰিলে ঘোষণা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে নৱম, একাদশ আৰু ডিগ্ৰী দ্বিতীয় বাৰ্ষিকৰ শ্ৰেণীসমূহ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব।

মুখ্যমন্ত্ৰী শৰ্মাই শ্ৰেণীসমূহ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত শিক্ষা বিভাগৰ দ্বাৰা আগন্তুক দিনত জাৰী কৰা এছঅ’পিৰ বিষয়ে উল্লেখ কৰিছিল।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে চিনেমা হলসমূহ পুনৰ খোলাৰ সন্দৰ্ভত এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই আৰু চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত ল’ব।

কভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ বাবে দীঘলীয়া ব্যৱধানৰ পিছত সোমবাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে অসমৰ বিদ্যালয়সমূহ পুনৰ মুকলি কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.