অসমখেলগুৱাহাটীভাৰতমনোৰঞ্জন

২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে! সম্ভাৱনা গুৱাহাটীৰো!

সম্পন্ন হ’ল ডুবাইত লক্ষ্ণৌ আৰু আহমেদাবাদ দলৰ নিলাম৷ ২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে৷

সম্পন্ন হ’ল ডুবাইত লক্ষ্ণৌ আৰু আহমেদাবাদ দলৰ নিলাম৷ ২০২২ৰ IPLত ভুমুকি মাৰিব দুটা নতুন দলে৷

RPSG Venturesৰ স্বত্বাধিকাৰী সঞ্জীৱ গোৱেংকাই ৭,০৯০ কোটি টকাত ক্ৰয় কৰে লক্ষ্ণৌ দল আৰু CVC Capital Partners-এ ৫,৬২৫ কোটি টকাত ক্ৰয় কৰে আহমেদাবাদ দল৷ নিলামত BCCI-এ লাভ কৰিলে ১২,৭১৫ কোটি টকা৷ দুয়োটা দলে খেলিব IPLত।

উল্লেখ্য যে, ২০২২ চনত অনুষ্ঠিত হ’বলগীয়া IPLত মুঠ ১০টা দলে খেলিব IPL। গুৱাহাটীৰ দলেও খেলিব ২০২২ৰ IPLত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.