অসমপ্ৰাকৃতিক দুৰ্যোগ

বানত আৱদ্ধ লোকক সহায়ৰ বাবে কাছাৰত সেনাবাহিনীৰ উদ্ধাৰ অভিযান…

বানপীড়িত লোকসকলক সহায়ৰ বাবে সেনাবাহিনীয়ে আৰম্ভ কৰে এই অভিযান।

অসমৰ কাছাৰ জিলাৰ বালিচৰা আৰু বৰখোলাত ভাৰতীয় সেনাৰ বান সাহায্য অভিযান।

 

১৪ মে’ তাৰিখে অসম ৰাইফলছকে ধৰি মাছিমপুৰৰ স্পিয়াৰ কৰ্পছৰ সেনাই অসমৰ কাছাৰ জিলাৰ বালিচাৰা আৰু বৰখোলাৰ সাধাৰণ এলেকাত আৰম্ভ কৰে যৌথ উদ্ধাৰ অভিযান। বানপীড়িত লোকসকলক সহায়ৰ বাবে সেনাবাহিনীয়ে আৰম্ভ কৰে এই অভিযান।

 

জাটিংগা নদীয়ে প্লাৱিত কৰা অঞ্চলসমূহত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে লোৱা হৈছিল এই অভিযান কাৰ্যসূচী। সেনাবাহিনীয়ে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলোৱাৰ ফলত ৰক্ষা পৰে বহুলোকৰ জীৱন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.