AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

চৰকাৰ গঠনৰ বাবে সাজু বিজেপি, সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজন ২৭২ সদস্য…….

চৰকাৰ গঠনৰ বাবে সাজু বিজেপি

সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ বাবে প্ৰয়োজন ২৭২ সদস্য

বিজেপিৰ এককভাৱে আছে ২৪০

১৪ সহযোগী দলৰ আছে ৫৩ সদস্য

NDA মিত্ৰদলত TDPৰ ১৬, JD(U)ৰ ১২

শিৱসেনা সিন্দে গোট ৭, LJP ৫, JDS ৫, JS ২

RLD ২, AGP ১, UPPL ১, SKM ১

আপনা দল ১ আৰু AJSU ১

১৪ সহযোগী দলৰ সৈতে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি

NDA মিত্ৰদলৰ দ্বিতীয় বৃহৎ দল TDP

তৃতীয় বৃহৎ দল হিচাপে পৰিগণিত JDU

কেন্দ্ৰীয় মন্ত্ৰীসভাত TDP আৰু JDUয়ে পাব গুৰুত্বপূৰ্ণ বিভাগ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.