Covid-19Socialঅসমস্বাস্থ্য

ৰাজ্যত জাৰি কৰা হ’ল নতুন SOP! চাওক কি কি সাল-সলনি কৰা হ’ল নতুন SOP খনত

গোলাঘাট, যোৰহাত, লক্ষীমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত সম্পুৰ্ণ লকডাউন ঘোষণা

আজিৰে পৰা ৰাজ্যত জাৰি কৰা হ’ল নতুন SOP। চাওক কি কি সাল-সলনি কৰা হ’ল নতুন SOP খনতঃ-

আজিৰে পৰা গোলাঘাট, যোৰহাত, লক্ষীমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত সম্পুৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।

দুখন জিলা, মৰিগাওঁ আৰু গোৱালপাৰাত দুপৰীয়া ১২ বজালৈ খোলা থাকিব দোকান-পোহাৰ। ১ বজাৰ পৰা জিলা দুখনত দিয়া হ’ব কাৰ্ফিউ।

তাৰ বাহিৰে বাকী ২৭ খন জিলাত হোৱা নাই বিশেষ সাল-সলনি। ৰাজ্যৰ বাকী জিলাসমুহত বিয়লি ৪ বজালৈ খোলা থাকিব সকলো দোকান পোহাৰ। সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব সান্ধ্য আইন।

আন্তজিলা যাতায়াত পুনৰ এসপ্তাহৰ বাবে বন্ধ ৰখা হৈছে ৰাজ্যখনত

সামাজিক অনুস্থানত ১০ জনৰ অধিক লোক সমবেত হোৱাত নিশেধাজ্ঞাত কথোৰ হ’ব চৰকাৰ।

ডিব্ৰুগড়, নগাঁৱত থাকিব চৰকাৰৰ চোকা দৃষ্টি।

ঈদৰ সমুহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ।

২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা প্ৰজোয্য কৰা হৈছে এই নতু ন SOP ৰ নিয়মসমুহ।

 

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.