অপৰাধঅসমঅসম আৰক্ষীদৈনিক বাতৰি

পুনৰ আলফা (স্বাঃ)লৈ অসমৰ ৪ যুৱক

আলফা (স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ যুৱককেইজন

পুনৰ আলফা (স্বাঃ)লৈ ৪ যুৱক। আলফা (স্বাঃ)ত যোগদান কৰিবলৈ যোৱাৰ সময়তে গ্ৰেপ্তাৰ যুৱককেইজন।

  ডিগবৈত তিনি যুৱক সেনা আৰক্ষীৰ যুতীয়া অভিযানত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক গ্ৰেপ্তাৰ কৰে৷ ধৃত যুৱককেইজন মাঘেৰিটাৰ অসীম বৰবৰুৱা ওৰফে তেজ বৰুৱা, ডিগবৈৰ ৰাজু মেচ, ধৰ্মেশ্বৰ ৰাজবংশী ওৰফে সঞ্জয় বৰা আৰু দুৰ্গা বৰুৱা বুলি জানিব পৰা গৈছে।  আটকাধীন যুৱককেইজনক ডিগবৈ আৰক্ষী থানাত মাৰথান জেৰা কৰিছে৷

আটকাধীন যুৱক কেইজনে ফেচবুক একাউন্টৰ যোগে যোগাযোগ হৈছিল বুলি উল্লেখ কৰিছে।  বৰ্তমানেও ডিগবৈ আৰক্ষীৰ অভিযান অব্যাহত আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + seven =

Back to top button