অসম

গুৱাহাটীত পিয়াপি দি ফুৰিছে চোৰৰ দল, মহিলাৰ পৰা চোৰে লুটিলে ৭ লাখ টকা…

বেংকৰ পৰা ওলাই অহাৰ সময়তেই দুখন মটৰ চাইকেলত অহা চোৰৰ দলে কাঢ়ি নিয়ে ধনখিনি

মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। ভঙাগড় উৰণীয়া সেতুৰ সমীপত এগৰাকী মহিলাৰ পৰা চোৰে কাঢ়ি নিলে নগদ ৭ লাখ টকা।

 

SBI ভঙাগড়ৰ শাখাৰ পৰা ৭ লাখ টকা উলিয়াইছিল মহিলাগৰাকীয়ে। বেংকৰ পৰা ওলাই অহাৰ সময়তেই দুখন মটৰ চাইকেলত অহা চোৰৰ দলে কাঢ়ি নিয়ে ধনখিনি। উল্লেখ্য যে, বেংকৰ ঋণ পৰিশোধৰ বাবেই ধন উলিয়াইছিল মহিলাগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.