Social

অনুৰাগীসকলৰ ওচৰত ক্ষমা বিছাৰিছে সনু সুডে। কিন্তু কিয়?

যিসকল লোকক সহায় কৰিব নোৱাৰিলো তাৰ বাবে মই দুঃখিত।

২০২২বৰ্ষৰ অন্তিম দিনটোত সনু সুডৰ এটা বিশেষ টুইট। টুইটটোত অনুৰাগীসকলৰ ওচৰত ক্ষমা বিছাৰিছে সনু সুডে। কিন্তু কিয়?

সনু সুড কেৱল অভিনয়ৰ বাবেই নহয় তেওঁৰ ব্যক্তিগত জীৱনৰ কৰ্মৰ বাবেও সকলোৰে জনাজাত। ২০২২ বৰ্ষত ১০,১১৭ গৰাকী লোকৰ জীৱন ৰক্ষা কৰিলে সনু সুডে। বছৰৰ অন্তিম দিনত অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনাই সহায় কৰিব নোৱাৰা সকলৰ ওচৰত ক্ষমা বিছাৰিছে সনুৱে। সামাজিক মাধ্যমত অনুৰাগীসকলক অভিনন্দন জনাই টুইটত লিখিছে..

‘যোৱা এবছৰত ১০১১৭জন লোকক জীৱন বছাবলৈ সক্ষম হলো। যিসকল লোকক সহায় কৰিব নোৱাৰিলো তাৰ বাবে মই দুঃখিত। ঈশ্বৰে আমাক ২০২৩ চনত আৰু ভাল কৰিবলৈ শক্তি দিয়ক। শুভ নৱবৰ্ষ 2019❤️’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.