leatest updateঅসমদিল্লীদৈনিক বাতৰি

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ স্মাৰক পত্ৰ প্ৰদান AIUDFৰ।

সংখ্যালঘু লোকৰ কেইবাটাও সমষ্টি নোহোৱা কৰাৰ প্ৰস্তাৱক লৈ অসন্তুষ্ট AIUDF।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ নিৰ্বাচনী আয়োগক স্মাৰক পত্ৰ প্ৰদান কৰিলে AIUDFএ। খচৰাৰ আঁসোৱাহসমূহ দৰ্শাই ২১ পৃষ্ঠাজোৰা স্মাৰক পত্ৰ প্ৰদান AIUDFৰ।

সংখ্যালঘু লোকৰ কেইবাটাও সমষ্টি নোহোৱা কৰাৰ প্ৰস্তাৱক লৈ অসন্তুষ্ট AIUDF। নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে ১১ দল সন্নিৱিষ্ট বিৰোধী ঐক্যক তীব্ৰ ভাষাৰে সমালোচনা AIUDFৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.