অসমআঞ্চলিকদৈনিক বাতৰি

পুনৰ ৰাজ্যত ৰেগিঙৰ ঘটনা, হাৱাজান উঃ মাঃ বিদ্যালয়ত ছাত্ৰক মাৰপিট

পুনৰ ৰাজ্যত ৰেগিঙৰ ঘটনা, হাৱাজান উঃ মাঃ বিদ্যালয়ত ছাত্ৰক মাৰপিট

পুনৰ ৰাজ্যত ৰেগিঙৰ ঘটনা

হাৱাজান উঃ মাঃ বিদ্যালয়ত ছাত্ৰক মাৰপিট

জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত কনিষ্ঠ ছাত্ৰ

আহত HSৰ প্ৰথমবৰ্ষৰ ছাত্ৰ বিজয় গগৈ

ছাত্ৰজনৰ শৰীৰৰ বিভিন্ন অগংত আঘাতৰ চিন স্পষ্ট

ঘটনা সন্দৰ্ভত হাৱাজান থানাত এজাহাৰ পৰিয়ালৰ

সোধা-পোছাৰ বাবে আটক ৬ ছাত্ৰক

৩ অভিযুক্ত ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

কেশৱা নন্দ ভূঞা, মানস জ্যোতি বৰুৱাৰ বিৰুদ্ধে ৰুজু গোচৰ

ৰেগিং কাণ্ডৰে জড়িত ধ্ৰুৱজ্যোতি বৰাৰ বিৰুদ্ধেও গোচৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.