শ্ৰেণীবিহীন

লোকসভাত উত্থাপন হ’ল মহিলা আৰক্ষন বিধেয়ক, আইন মন্ত্ৰী অৰ্জুন মেঘৱালে উত্থাপন কৰিলে বিধেয়কখন

লোকসভাত উত্থাপন হ’ল মহিলা আৰক্ষন বিধেয়ক, আইন মন্ত্ৰী অৰ্জুন মেঘৱালে উত্থাপন কৰিলে বিধেয়কখন

লোকসভাত উত্থাপন হ’ল মহিলা আৰক্ষন বিধেয়ক

আইন মন্ত্ৰী অৰ্জুন মেঘৱালে উত্থাপন কৰিলে বিধেয়কখন

২.১২ বজাত উত্থাপন হ’ল বিধেয়কখন

নতুন সংসদ ভৱনত ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ পিছতেই উত্থাপন বিধেয়ক

বিধেয়কৰ প্ৰতিলিপি লৈ বিৰোধীৰ হূলস্থূল

বিধেয়কৰ প্ৰতিলিপি নোপোৱাৰ অভিযোগ বিৰোধীৰ

মহিলা আৰক্ষন বিধেয়কক লৈ শ্ৰেয় লোৱাৰ প্ৰয়াস কংগ্ৰেছৰ

কংগ্ৰেছ নেতা অধিৰ ৰঞ্জন চৌধুৰীৰ মন্তব্যক লৈ উত্তাল লোকসভা

বিধেয়ক উত্থাপনৰ পিছতেই দিনটোৰ বাবে স্থগিত লোকসভা

ৰাজ্যসভাত আধাঘণ্টাৰ বাবে স্থগিত সদনৰ কাম-কাজ

নাৰী শক্তি বন্দন অধিনিয়মেৰে নামাকৰণ এই বিধেয়কৰ

কংগ্ৰেছে প্ৰচেষ্টা চলাইছিল মহিলা আৰক্ষনৰ বাবে

সোমবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল এই বিধেয়কত। ২০১০ চনত ৰাজ্যসভাত উত্থাপন হৈছিল এই বিধেয়ক। কিন্তু লোকসভাত গৃহত নহ’ল বিধেয়কখন। বিধেয়কখন গৃহত হ’লেই বৃদ্ধি পাব মহিলাৰ সংৰক্ষণ। লোকসভাৰ এক তৃতীয়াংশ আসন হ’ব মহিলাৰ বাবে সংৰক্ষিত।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.