Covid-19অসম

২৪ ঘণ্টাত ৰাজ্যত ৬৫ জনৰ মৃত্যু

অসমত পুনৰ ৪,৩৪৮ জনৰ দেহত ধৰা পৰে ক’ভিড পজিটিভ।

ইয়াৰে ৪৬৭জন কামৰূপ মেট্ৰ, ৪৪৫জন তিনিচুকীয়াৰ, ৩৮৪জন কামৰূপ গ্ৰাম্যৰ, ৩৩০জন নগাঁৱৰ।

এতিয়ালৈকে ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪১,১২১৬ জনলৈ বৃদ্ধি পাইছে।

ইফালে,  যোৱা ২৪ ঘণ্টাত দিনটোত ৰাজ্যত সুস্থ হৈছে ৫,০৩৭  জন লোক। আনহাতে, ২৪ ঘণ্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫জন লোকৰ।

তাৰ বিপৰীতে, ৰাজ্যত এতিয়াও কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১,৬৯৪ জন ৰোগী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.