অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মৰিয়নি থানাত যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুল আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল….

যোৰহাট জিলা পৰিবহন বিষয়াৰ বিৰুদ্ধে এজাহাৰ

মৰিয়নি থানাত এজাহাৰ মনিৰুল আহমেদৰ বিৰুদ্ধে

অসমীয়া যুৱ মঞ্চ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এজাহাৰ

বালি মাফিয়াৰে বিষয়াজনৰ গোপন বুজাবুজি থকাৰ অভিযোগ

অভিযোগ অনুসৰি দুখন অধিক বুজনৰ বালি কঢ়িয়াই অনা দুখনকৈ ডাম্পাৰ সংগঠন দুটাই ৰখাই সোধ পোছ কৰি থকা সময়তে যোৰহাট জিলা পৰিবহন বিষয়া মনিৰুল আহমেদ উক্ত স্থানত উপস্থিত হৈ কোনো ফোন পোচ নকৰাকৈ ডাম্পাৰ দুখন মুকলাই লৈ যায়। যাৰ পৰিপ্ৰেক্ষিতত পৰিবহন বিষয়া মনিৰুল আহমেদৰ বিৰুদ্ধে বালি মাফিয়াৰ সৈতে গোপন বুজাবুজি থকাৰ অভিযোগত এজাহাৰ দাখিল কৰে দুই সংগঠনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.