অসমদৈনিক বাতৰি

তেজপুৰস্থিত গজৰাজ কৰ্প্চ পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

তেজপুৰস্থিত গজৰাজ কৰ্প্চ পৰিদৰ্শন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ

আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তেজপুৰস্থিত গজৰাজ কৰ্প্চ পৰিদৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে ভাৰতীয় সেনাৰ সৈতে আহাৰ গ্ৰহণ কৰাৰ লগতে আলোচনাতো মিলিত হয়।

ভাৰতীয় সেনাৰ অৱদান, দেশৰ সুৰক্ষা আৰু দশকজোৰা হিংসাৰ পাছত অসমলৈ শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত গজৰাজ কৰ্প্চৰ নিষ্ঠাকো প্ৰশংসা কৰে ৰাজ্যপালগৰাকীয়ে।

ইয়াৰোপৰি, দেশৰ স্বাৰ্থত প্ৰাণ আহুতি দিয়া নায়কসকলকো প্ৰণাম জনাই ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.