অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

বৰপেটাৰ মুখ্য ন্যায়াধীশৰ আদালতত জিগনেশ মেৱানী, মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ অভিযোগত হাজিৰ কংগ্ৰেছ নেতাজন

বৰপেটাৰ মুখ্য ন্যায়াধীশৰ আদালতত জিগনেশ মেৱানী

মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ অভিযোগত হাজিৰ কংগ্ৰেছ নেতাজন

ন্যায়লৰ ওপৰত সম্পূৰ্ণ আস্থা থকা বুলি মন্তব্য মেৱানীৰ

তেওঁৰ বিৰুদ্ধে তৰা গোচৰ সম্পূৰ্ণ ভুৱা আখ্যা মেৱানীৰ

পুনৰ ৫ আগষ্টত শুনানিৰ দিন ধাৰ্য ন্যায়ালয়ৰ

উল্লেখ্য যে আদালতত হাজিৰ হোৱাৰ পূৰ্বে গুজৰাটৰ কংগ্ৰেছ নেতাজনক আদৰণি জনায় বৰপেটাত উপস্থিত হোৱা বহু কংগ্ৰেছ কৰ্মীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.