অপৰাধঅসমদুৰ্ঘটনাদৈনিক বাতৰি

বামুনিমৈদামত ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাস..

মহানগৰীৰ বামুনিমৈদামৰ বজাৰত এজন লোকৰ জেপৰ পৰা মোবাইল ফোন থপিয়াবলে লওতেই ৰাইজৰ ৰোষত পৰিল এজন ইৰাণী গ্ৰুপৰ সদস্য

গুৱাহাটী মহানগৰীত পুনৰ ইৰাণী গ্ৰুপৰ সদস্যৰ সন্ত্ৰাস।

মহানগৰীৰ বামুনিমৈদামৰ বজাৰত এজন লোকৰ জেপৰ পৰা মোবাইল ফোন থপিয়াবলে লওতেই ৰাইজৰ ৰোষত পৰিল এজন ইৰাণী গ্ৰুপৰ সদস্য।

উত্তেজিত ৰাইজে ইৰাণী গ্ৰুপৰ সদস্যজনক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধাই গতাই দিয়ে চান্দমাৰি আৰক্ষীক।
ধৃত ইৰাণী গ্ৰুপৰ সদস্যজন বিহাৰৰ চৈয়দ নাৱাজ আনচাৰী বুলি জানিব পৰা গৈছে।

সম্প্ৰতি চান্দমাৰি থানাত আৰক্ষীয়ে জেৰা চলায় আছে চৈয়দ নাৱাজ আঁনচাৰীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.