Assamঅসমদৈনিক বাতৰিবোমা বিস্ফোৰণ

ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান, ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা…

ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান, ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা...

ধেমাজি বোমা বিস্ফোৰণৰ চূড়ান্ত ৰায়দান

বোমা বিস্ফোৰণৰ সকলো অভিযুক্তক দোষমুক্ত ঘোষণা

২৪ জুলাইত চূড়ান্ত শুনানিত ৰায়দান গুৱাহাটী HCৰ

৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালৰ

চূড়ান্ত শুনানি গ্ৰহণ কৰি এই ৰায়

১০টি শিশুসহ ১৩জনৰ মৃত্যু হৈছিল বোমা বিস্ফোৰণত

আহত হৈ চিৰদিনৰ বাবে ঘূণীয়া হৈছিল বহুজন

২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত হৈছিল বোমা বিস্ফোৰণ

আলফাই স্বীকাৰ কৰিছিল বোমা বিস্ফোৰণৰ দায়িত্ব

ধেমাজি সত্ৰ ন্যয়াধীশ আদালতে দোষী সাব্যস্ত কৰিছিল

নিম্ন আদালতে ৬ অভিযুক্তকে যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল

হোমেন গগৈ, যতীন দুৱৰী, প্ৰশান্ত ভূঞাক খালাচ

দোষমুক্ত হ’ল দীপাঞ্জলি বুঢ়াগোঁহাই, লীলা গগৈ, মুহী সন্দিকৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.