অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নামনি মাজুলীৰ ভিন্ন অঞ্চলত অব্যাহত খহনীয়া, গছ ৰোপণ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ

নামনি মাজুলীৰ ভিন্ন অঞ্চলত অব্যাহত খহনীয়া

গছ ৰোপণ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ

নামনি মাজুলীৰ বিবেকানন্দ বিদ্যালয়লৈ ভাবুকি

খহনীয়া প্ৰতিৰোধৰ বাবে হাতে-কামে লাগিল শিক্ষক-শিক্ষাৰ্থী

উল্লেখ্য যে খেৰকতীয়া নদীৰ খহনীয়াই নামনি মাজুলীৰ ভিন্ন অঞ্চলত তীব্ৰ ৰূপ ধাৰণ কৰিছে। খহনীয়াৰ কৱলত কৃষিভূমি, বহু পৰিয়ালৰ ভেটি-মাটি। তাৰ মাজতে এইদৰে বৃক্ষ ৰোপণৰ জৰিয়তে খহনীয়া ৰোধৰ চেষ্টা ছাত্ৰ–ছাত্ৰী, শিক্ষক তথা অভিভাৱকৰ।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.